ইজৰাইলৰ নতুন প্ৰধানমন্ত্ৰী বেনেট

ইন্টাৰনেচনেল ডেস্ক, এন ই ভাৰত

নাফটালি বেনেট ইজৰাইলৰ নতুন প্ৰধান মন্ত্ৰী নিৰ্বাচিত।
প্ৰধান মন্ত্ৰী বেঞ্জামিন নেটান্যাহুৰ এক সময়ৰ সহযোগী আৰু বৰ্তমানৰ প্ৰতিদন্দ্বী নাফটালি বেনেট ইজৰাইলৰ নতুন প্ৰধান মন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে। ইয়াৰ লগে লগে প্ৰধান মন্ত্ৰী হিচাপে বেঞ্জামিন নেটান্যাহুৰ ১২ বছৰীয়া ঐতিহাসিক কাৰ্যকালৰ অন্ত পৰে। ইজৰাইলৰ সংসদত ৬০-৫৯ টা ভোটৰ জয়ী হৈ নাফটালি বেনেট ৮ টা দলৰ সংযুক্ত চৰকাৰৰ পৰৱৰ্তী প্ৰধান মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব।।

You might also like
Leave A Reply

Your email address will not be published.