ইজৰাইলৰ বৈদেশিক মন্ত্ৰী এলি কোহেনৰ ভাৰত ভ্ৰমণ।

নেচনেল ডেস্ক:

জৰাইলৰ বৈদেশিক মন্ত্ৰী এলি কোহেনৰ ভাৰত ভ্ৰমণ।মঙলবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হ’ব ইজৰাইলৰ বৈদেশিক মন্ত্ৰীগৰাকী। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব বৈদেশিক মন্ত্ৰীগৰাকী। ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী কনফেডাৰেচন (চিআইআই) ইণ্ডিয়া-ইজৰাইল বিজনেছ ফ’ৰামতো অংশগ্ৰহণ কৰিব এলি কোহেনে। ইজৰাইলৰ ৰপ্তানি আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা প্ৰতিষ্ঠানে ৯ মে’ত নতুন দিল্লীত পাৰস্পৰিক বিনিময় অনুষ্ঠানৰ আয়োজন কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.