উপাচাৰ্য পদত ডাঃ ধ্ৰুৱজ্যোতি বৰা

বিশিষ্ট চিকিৎসক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাৰ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে দ্বায়িত্ব গ্ৰহণ। ডাঃ বৰাক যোৱা শনিবাৰেই নিযুক্তি দিয়া হৈছিল যদিও সোমবাৰে তেওঁ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে । ডাঃ বৰা ডিফু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছিল।।

You might also like
Leave A Reply

Your email address will not be published.