নৰ্থ ইষ্ট ডেস্ক:

নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড( কে) নিকি গোটৰ সৈতে হোৱা যুদ্ধবিৰতি চুক্তি আৰু এবছৰৰ বাবে বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ। খৱৰটো সদৰি কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। ০৮.০৯.২০২২ৰ পৰা ০৭.০৯.২০২৩ লৈকে কাৰ্যকৰী হোৱাকৈ এবছৰ বৃদ্ধি কৰে কেন্দ্ৰীয় চৰকাৰে।

উল্লেখ্য যে, এন এছ চি এন-কে প্ৰথমবাৰৰ বাবে ২০২১ চনৰ ৮ ছেপ্টেম্বৰত এবছৰৰ বাবে যুদ্ধবিৰতিৰ জৰিয়তে গোটটোৰ ২০০ৰো অধিক কেডাৰে শান্তি প্ৰক্ৰিয়াত যোগদান কৰিছিল ।নাগালেণ্ডৰ নেচনেল ছ’চিয়েলিষ্ট কাউন্সিল-ইছাক চিছি ছু আৰু থুইংগালেং মুইভা ফৈদৰ পৰা ওলাই আহি ১৯৮৮ চনত এছ এছ খাপলাঙে এন এছ চি এন-কে গঠন কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.