এয়াৰ ইণ্ডিয়াত মৃত্যু বিভীষিকা!

নেচনেল ডেস্ক-

এয়াৰ ইণ্ডিয়াৰ ৫৬জনকৈ কৰ্মচাৰীৰ মৃত্যু হৈছে কোভিড সংক্ৰমণৰ ফলত। ১৪ জুলাই পৰ্যন্ত মহামাৰীৰ কৱলত পৰি মৃত্যু হৈছে ৰাজহুৱা খণ্ডৰ বিমান পৰিবহন সংস্থাটোৰ বহু সংখ্যক কৰ্মীৰ। অসামৰিক বিমান পৰিবহন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভি কে সিঙে এই কথা প্ৰকাশ কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.