ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত


ৰাজ্যত ৩.৯০ শতাংশৰ তললৈ নামিল সংক্রমণৰ হাৰ। মহামাৰীত মৃত্যুৰ প্ৰকোপ অব্যাহত। ৰাজ্যত কৰ’নাত এটা দিনত মৃত্যু ঘটিছে ৬৫ গৰাকীৰ। ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৪,৩৪৮ গৰাকী লোক। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৩৮৪ গৰাকী লোক। আনহাতে দেশত নিম্নগামী হৈছে দৈনিক সংক্রমণ। দেশত ২৪ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ১,২৭,৫১০ গৰাকী আৰু মৃত্যু্ৰ মুুখত পৰিছে ২,৭৮১ গৰাকী লোক।।

You might also like
Leave A Reply

Your email address will not be published.