ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত-
ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে সংক্রমণৰ হাৰ। ৰাজ্যত কৰ’নাত এটা দিনত মৃত্যু ঘটিছে ৬১ জনৰ। ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৪,১৭৮ জনকৈ লোক। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৩৮৩ জন লোক। চহৰাঞ্চলত ক’ভিড সংক্রমণ হ্ৰাস পোৱাৰ বিপৰীতে গ্ৰাম্যঞ্চলৰ লগতে কেইবাখনো জিলাত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। আক্ৰান্তৰ হাৰ ৪ .০৬ শতাংশ । আনহাতে দেশত তললৈ নামিল দৈনিক সংক্রমণ। দেশত ২৪ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ১,৩৩,৯৫৩ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ২,৮৯৭।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
You might also like