ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত


ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে সংক্রমণৰ হাৰ। ৰাজ্যত কৰ’নাত এটা দিনত মৃত্যু ঘটিছে ৫৪ গৰাকীৰ। ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৪,৫৪৮ গৰাকী লোক। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৩৮৩ গৰাকী লোক। ডিব্ৰুগড়ত বৃদ্ধি পাইছে ক’ভিড সংক্রমণ। আক্ৰান্তৰ হাৰ ৩.৬৮ শতাংশ। আনহাতে দেশত ক্ৰমে তললৈ নামিছে সংক্রমণ। ২৪ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ১,২০,৩৩২ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৩,৩৭০ গৰাকী।।

You might also like
Leave A Reply

Your email address will not be published.