ক’ভিড আপডেট

ৰাজ্যত পুনৰ বৃদ্ধি ক’ভিডৰ সংক্ৰমণ । বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ১৪৭ গৰাকী । মৃত্যু এগৰাকীৰ । আক্ৰান্তৰ হাৰ ১.৫৩% ।

আনহাতে বিগত ২৪ ঘন্টাত দেশত আক্ৰান্তৰ সংখ্যা ১৬,০০৩ । মৃত্যু ১৬৩ গৰাকীৰ।।
You might also like
Leave A Reply

Your email address will not be published.