ক’ভিড আপডেট

নিউজ ডেস্ক—

ৰাজ্যত অব্যাহত আছে ক’ভিডৰ ভয়াৱহ সংক্ৰমণ। শনিবাৰৰ দিনটোত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ২২১গৰাকী লোক। ইয়াৰে ৯৭গৰাকী আক্ৰান্ত গুৱাহাটী মহানগৰীৰ। মৃত্যুমুখত পৰিছে ৪গৰাকী লোক। বিগত ২৪ঘন্টাত আৰোগ্যৰ হাৰ ৯৮.২৬ শতাংশ।

আনহাতে বিগত ২৪ঘন্টাত ভাৰততত কৰ’নাত আক্ৰান্ত হৈছে ১১, ৮৫০গৰাকী। এই সময়চোৱাত ৫৫৫গৰাকী ৰোগীৰ মৃত্যু হৈছে । বৰ্তমান দেশত চিকিৎসধীন হৈ আছে ১,৩৬,৩০৮গৰাকী। পজিটিভিটীৰ হাৰ ০.৯৪শতাংশ।

You might also like
Leave A Reply

Your email address will not be published.