ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। ৰাজ্যত বুধবাৰৰ দিনটোত ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে ২৫০গৰাকী লোক। আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ১০৬ গৰাকী কামৰূপ মহানগৰৰ। মৃত্যু হৈছে ৪ গৰাকী আক্ৰান্তৰ। ক’ভিড আক্ৰান্তৰ হাৰ ০.৫১ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ১০,১৯৭ গৰাকী লোক। মৃত্যুমুখত পৰিছে ৩০১ ক’ভিড আক্ৰান্ত। ক’ভিড আক্ৰান্তৰ হাৰ ০.৯৬ শতাংশ।
আৰোগ্যৰ হাৰ ৯৮.২৮ শতাংশ।।

You might also like
Leave A Reply

Your email address will not be published.