ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। ৰাজ্যত শুকুৰবাৰৰ দিনটোত ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে ১৯০গৰাকী লোক। আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ১০৭ গৰাকী কামৰূপ মহানগৰৰ। মৃত্যু হৈছে ১গৰাকী আক্ৰান্তৰ। ৰাজ্যত বৰ্তমান চিকিৎসাধীন ক’ভিড ৰোগীৰ সংখ্যা ১,৭০৭ গৰাকী।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ১১,১০৬ গৰাকী লোক। মৃত্যুমুখত পৰিছে ৪৫৯ ক’ভিড আক্ৰান্ত। ক’ভিড আক্ৰান্তৰ হাৰ ০.৯৮ শতাংশ।
আৰোগ্যৰ হাৰ ৯৮.২৮ শতাংশ।

You might also like
Leave A Reply

Your email address will not be published.