আজি ২০ নৱেম্বৰ

➡ ১৭৫০ চনৰ আজিৰ দিনটোতে মহীশূৰৰ চুলতান টিপু চুলতানৰ জন্ম হৈছিল।

➡ ১৯২৩ চনৰ ২০ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ লেখিকা নাদিন গাৰ্ডিমাৰৰ জন্ম হৈছিল।

➡ ভাৰতীয় মহাকাশচাৰী কল্পনা চাওলা মহাকাশলৈ যাত্ৰা কৰিছিল ১৯৯৭ চনৰ আজিৰ দিনটোতে। মহাকাশলৈ যোৱা তেৱেঁই প্ৰথম ভাৰতীয় মহিলা।

➡ ১৯৮০ চনৰ ২০ নৱেম্বৰত ৰোনাল্ড ৰিগান আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল।

➡ ১৯১০ চনৰ আজিৰ দিনটোতে ৰুছ কথা-সাহিত্যিক লিঅ’ টলষ্টয়ৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.