ক’ভিড আপডেট

নিউজ ডেস্ক—

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। ৰাজ্যত বুধবাৰৰ দিনটোত ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে ২১৪ গৰাকী লোক। আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ১২৩ গৰাকী কামৰূপ মহানগৰৰ। মৃত্যু হৈছে ২গৰাকী আক্ৰান্তৰ। এতিয়াও ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৫৯৬গৰাকী ৰোগী। বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ২৪৫গৰাকী লোক।
আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্ত হৈছে ৯২৮৩ গৰাকী লোক। মৃত্যুমুখত পৰিছে ৪৩৭ ক’ভিড আক্ৰান্ত। ক’ভিড আক্ৰান্তৰ হাৰ ০.৮০ শতাংশ।আৰোগ্যৰ হাৰ ৯৮.৩৩ শতাংশ।

You might also like
Leave A Reply

Your email address will not be published.