নিউজ ডেস্ক-
ৰাজ্যত ক‘ভিড পৰিস্থিতিৰ উন্নতি ঘটিলেও সংক্ৰমণ এতিয়াও অব্যাহত আছে। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ১৪১ গৰাকী লোক।মৃত্যু ৩ আক্ৰান্তৰ । সোমবাৰৰ দিনটোত ৩৫,২৩৯ গৰাকী লোকৰ কৰ’নাৰ পৰীক্ষা কৰা হৈছিল। বিগত ২৪ ঘন্টাত আক্ৰান্ত হাৰ ০.৪০ শতাংশ। এই সময়ছোৱাত ১৭০গৰাকী ব্যক্তি কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে।। সুস্থতাৰ হাৰ ৯৮.৩৫ শতাংশ।
আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ৭,৩৫০। মৃত্যুমুখত পৰিছে ২০২ আক্ৰান্ত।সুস্থতাৰ হাৰ ৯৮.৩৬ শতাংশ।।