নিউজ ডেস্ক-
ৰাজ্যত ০.৪০ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ১৩০ জন। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৬৬ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৭,৪৪৭ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৩৯১ জন।।
Recover your password.
A password will be e-mailed to you.
নিউজ ডেস্ক-
ৰাজ্যত ০.৪০ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ১৩০ জন। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৬৬ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৭,৪৪৭ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৩৯১ জন।।
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post