ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত-


ৰাজ্যত সামান্য উন্নত ক’ভিড পৰিস্থিতি। ক্ৰমাৎ হ্ৰাস পাইছে সংক্রমণ আৰু মৃত্যুৰ হাৰ। ৰাজ্যত কৰ’নাত এটা দিনত মৃত্যু ঘটিছে ৩৬ জনৰ। ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ২,১৬৭ জনকৈ লোক। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ২২৬ জন লোক। আক্ৰান্তৰ হাৰ ২.১৬ শতাংশ। আনহাতে দেশত ৭১ দিনৰ অন্তত আটাইতকৈ তললৈ নামিল সংক্ৰমণ। ২৪ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৭০,৪২১ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৩,৯২১।

You might also like
Leave A Reply

Your email address will not be published.