ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত


ৰাজ্যত ক্ৰমাৎ উন্নত ক’ভিড পৰিস্থিতি। দিনক দিনে হ্ৰাস পাইছে সংক্রমণ আৰু মৃত্যুৰ হাৰ। ৰাজ্যত কৰ’নাত এটা দিনত মৃত্যু ঘটিছে ৩৪ জনৰ। ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৩,৪১৫ জনকৈ লোক। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ২০৪ জন লোক। আক্ৰান্তৰ হাৰ ২.৫৭ শতাংশ।ৰাজ্যত এদিনত আৰোগ্যৰ হাৰ ৯০.৩১শতাংশ। আনহাতে দেশত ৭১ দিনৰ অন্তত আটাইতকৈ তললৈ নামিল সংক্ৰমণ। ২৪ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৬২,১৭৬ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ২,৫৩৯।সুস্থ হৈ ঘৰলৈ উভতা ৰোগীৰ সংখ্যা ১,০৭,৭১০।

You might also like
Leave A Reply

Your email address will not be published.