ক’ভিড আপডেট

নিউজ ডেস্ক— ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ১১ গৰাকী লোক। ইয়াৰে ৪ আক্ৰান্ত গুৱাহাটী মহানগৰীৰ। মৃত্যুমুখত পৰা আক্ৰান্তৰ সংখ্যা ০ । পজিটিভিটীৰ হাৰ ০.৪৭ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৮৭ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ১০,২৭৩ গৰাকী ।মৃত্যুমুখত পৰিছে ২৪৩ গৰাকী আক্ৰান্ত। পজিটিভিটীৰ হাৰ ১ শতাংশ।

You might also like
Leave A Reply

Your email address will not be published.