ক’ভিড আপডেট

নিউজ ডেস্ক— ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ৬ গৰাকী লোক। ইয়াৰে ২ আক্ৰান্ত গুৱাহাটী মহানগৰীৰ। মৃত্যুমুখত পৰাৰ সংখ্যা ০। পজিটিভিটীৰ হাৰ ০.২০ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৮৮ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ৬,৩৯৬ গৰাকী ।মৃত্যুমুখত পৰিছে ২০১ গৰাকী আক্ৰান্ত। পজিটিভিটীৰ হাৰ ০.৬৯ শতাংশ।

You might also like
Leave A Reply

Your email address will not be published.