ক’ভিড আপডেট

নিউজ ডেস্ক- বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ২৬১ গৰাকী লোক। আক্ৰান্তসকলৰ ২২ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ২১ গৰাকী ধেমাজী জিলাৰ, ২০ গৰাকী লক্ষিমপুৰ জিলাৰ, ১৯ গৰাকী কাছাৰ জিলাৰ আৰু ১৯ গৰাকী শিৱসাগৰ জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো কোভিড আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ৩.৬৩ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৪১ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ১৬,০৪৭ গৰাকী । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ৫৪ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ৪.৯৪ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫২ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১,২৮,২৬১ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.