ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত


ৰাজ্যত অব্যাহত ক’ভিডৰ সংক্ৰমণ, হ্ৰাস পাইছে মৃতকৰ সংখ্যা। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ২,৩৯১ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ২৪ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ২৪৭ জন লোক। পজিটিভিটীৰ হাৰ ১.৭৯। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৪১,৪৬৩ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৮৯৮।

You might also like
Leave A Reply

Your email address will not be published.