ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত


ৰাজ্যত ক’ভিড পৰিস্থিতি পুণৰ অৱনতি। বৃদ্ধি পাইছে সংক্ৰমণ আৰু মৃতকৰ সংখ্যা। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ২,০২৭ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ২২ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ২০৭ জন লোক।আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৪১,৭৫৫ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৫৭৮।

You might also like
Leave A Reply

Your email address will not be published.