ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত-


ৰাজ্যত ১.১৮ লৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ১,৭৯৭ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ২০ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ২৩৭ জন লোক।সুস্থ হৈ ঘৰলৈ উভতিছে ২,১৩৮। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ২৯,৪১৯ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৩৭২।

You might also like
Leave A Reply

Your email address will not be published.