ক’ভিড আপডেট

নিউজ ডেস্ক, এন ই ভাৰত-

ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ। বিগত ২৪ ঘন্টাত কৰ’নাত আক্ৰান্ত হৈছে ১৫৯৫ গৰাকী লোক। কামৰূপ মেট্ৰ’ত আক্ৰান্ত হৈছে ১৭৯গৰাকী , গোলাঘাটত ১৬৪ গৰাকী, লখিমপুৰত ১১৯গৰাকী। শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ১৭৮৮গৰাকী লোক। তাৰ বিপৰীতে ক’ৰনাত মৃত্যু হৈছে ২৩ গৰাকী লোকৰ।

দেশত ক্ৰমাৎ হ্ৰাস পাইছে ক’ভিডৰ সংহাৰ। বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা হৈছে ৩৯,০৯৭ গৰাকী। মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৫৪৬ গৰাকী। সুস্থ হৈ ঘৰলৈ উভতিছে মুঠ ৩০,৫৩৫,৪৯০ গৰাকী লোক।।

You might also like
Leave A Reply

Your email address will not be published.