কোপা আমেৰিকাৰ খিতাপ আৰ্জেন্টিনাৰ শিৰত

কোপা আমেৰিকাৰ ফাইনেলত অবশেষত শেষ হাঁহি আৰ্জেন্টিনাৰ। এঞ্জেল ডি মাৰিয়াৰ একমাত্ৰ গ’লৰ সহায়ত ১-০ গ’লৰ ব্যৱধানত ব্ৰাজিলক পৰাস্ত কৰি সুদীৰ্ঘ ২৮ বছৰৰ মুৰত এক গুৰুত্বপূৰ্ণ খিতাপ জয় কৰিবলৈ সক্ষম হ’ল আৰ্জেন্টিনা।

কিম্বদন্তি মাৰাডোনাৰ পক্ষেও সম্ভৱ নোহোৱা কোপা আমেৰিকাৰ খিতাপ দখলেৰে মেছিয়ে ৰচিলে অনবদ্য গৌৰৱ।।

You might also like
Leave A Reply

Your email address will not be published.