চিকিম জীয়ৰীৰ এভাৰেষ্ট জয়

স্পৰ্টছ ডেস্ক, এন ই ভাৰত

৩৬ বছৰীয়া পৰ্বতাৰোহী মনিতা প্ৰধানে আজি ৰাতিপুৱা ৫ বজাত সফলতাৰে মাউন্ট এভাৰেষ্টৰ ৮৮৪৮.৮৬ মিটাৰ উচ্চতাত আৰোহন কৰে। মনিতা প্ৰধান চিকিমৰ চৰেং নিবাসী বি এম প্ৰধান আৰু প্ৰেম কুমাৰী প্ৰধানৰ জীয়ৰী।।

You might also like
Leave A Reply

Your email address will not be published.