ছমাহৰ বাবেহে আজিৰ বাজেট

আজি আগন্তুক ছমাহৰ বাবেহে দাখিল কৰা হ’ব বাজেট।

পূৰ্বে ছমাহৰ বাবে দাখিল কৰা হৈছিল লেখানুদান।

অহা ফ্ৰেব্ৰুৱাৰীতহে দাখিল কৰা হ’ব পূৰ্ণাংগ বিত্তীয় বাজেট।

আজি বিয়লি ৩ বজাত বিত্তমন্ত্ৰী অজন্তা নেওঁগে দাখিল কৰিব বাজেট।

আজিৰ বাজেট ভাষন চুটি হ’ব বিত্তমন্ত্ৰীৰ।

বিত্তমন্ত্ৰীৰ ভাষনৰ পাছতে সদনত বক্তব্য আগবঢ়াব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।।

You might also like
Leave A Reply

Your email address will not be published.