জম্মু-কাশ্মীৰত পুনৰ প্ৰব্ৰজিত শ্ৰমিকক হত্যা!

জম্মু-কাশ্মীৰত পুনৰ প্ৰব্ৰজিত শ্ৰমিকক হত্যা।ঘটনাটো সংঘটিত হৈছে জম্মু-কাশ্মীৰৰ বান্দিপোৰা জিলাৰ চুম্বালত । বৃহস্পতিবাৰে সন্ধিয়া শ্ৰমিকজনক গুলীৰে থকা সৰকা কৰিলে সন্ত্ৰাসবাদীয়ে। গুলীচালনাৰ পিছতে আহত শ্ৰমিকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ত মৃত্যু হয়। মৃত শ্ৰমিকজন বিহাৰৰ মধেপুৰাৰ মহম্মদ আমৰেজ বুলি আৰক্ষী সুত্ৰই সদৰি কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.