জয়যাত্ৰা আৰম্ভ মেৰীকমৰ

অলিম্পিকত বিজয় যাত্ৰা আৰম্ভ বক্সাৰ এম চি মেৰীকমৰ। প্ৰথমখন খেলতেই দুৰ্দান্ত প্ৰদৰ্শনেৰে প্ৰতিপক্ষৰ ডমিনিকান ৰিপাব্লিকৰ মীগলিনা হাৰনাণ্ডেজক ৪-১ ব্যৱধানত পৰাস্ত কৰি টকিঅ’ অলিম্পিকৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে দেশ তথা উত্তৰ-পূৱৰ গৌৰৱ মণিপুৰৰ এম চি মেৰীকমে।।

You might also like
Leave A Reply

Your email address will not be published.