ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে আকৌ উত্তাল চন্দ্ৰপুৰ

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতাৰে উত্তাল চন্দ্ৰপুৰ। ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে শ শ পুৰুষ মহিলাৰ সত্যাগ্ৰহ। হাজংবৰী খেলপথাৰত চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল হ’ল পৰিৱেশ।GMC ৰ জাবৰ চন্দ্ৰপুৰলৈ অনা বন্ধ নোহোৱালৈ অব্যাহত থাকিব প্ৰতিবাদ।প্ৰতিবাদত অংশগ্ৰহণ শিল্পী, কলা কুশলীৰ। হাজংবৰীস্থিত ভূমি বন্দবস্তি প্ৰাধিকৰণ কাৰ্য্যালয় ঘেৰাও প্ৰতিবাদকাৰীৰ । চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ।।

You might also like
Leave A Reply

Your email address will not be published.