ডিব্ৰুগড়ত বিধ্বংসী অগ্নিকাণ্ড

ডিব্ৰুগড়ৰ নিউ মাৰ্কেটত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত লাখ লাখ টকাৰ সম্পত্তি ক্ষতিগ্ৰস্ত হয়। জানিব পৰা মতে, অগ্নিকাণ্ডত পাঁচখন দোকান ভস্মীভূত হৈছে। জুই এখন চুপাৰি দোকানৰ পৰা সংঘটিত হোৱাৰ সন্দেহ।

অৱশ্যে, অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীসমূহ তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিৰ্বাপন কৰে। অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।।

You might also like
Leave A Reply

Your email address will not be published.