আজি ১৩ নৱেম্বৰ

➡ ১৭৮০ চনৰ আজিৰ দিনটোতে ‘পঞ্জাৱ কেশৰী’ মহাৰাজা ৰঞ্জিত সিংহৰ জন্ম হৈছিল।

➡ ১৮৩১ চনৰ ১৩ নৱেম্বৰত স্কটলেণ্ডৰ পদাৰ্থ-বিজ্ঞানী জেমছ ক্লাৰ্ক মেক্সৱেলৰ জন্ম হৈছিল।

➡ সাহিত্যিক,অসমীয়া ভাষাৰ গৱেষক উপেন্দ্ৰনাথ গোস্বামীৰ জন্ম হৈছিল ১৯২৩ চনৰ আজিৰ দিনটোতে।

➡ ১৯৩১ চনৰ ১৩ নৱেম্বৰত ৰবীন্দ্ৰনাথ ঠাকুৰলৈ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হৈছিল। নোবেল বঁটা লাভ কৰা এৱেঁই প্ৰথম ভাৰতীয়।

➡ ১৯৪৭ চনৰ আজিৰ দিনটোতে সাহিত্যিক নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ মৃত্যু হৈছিল।

➡ সাহিত্যিক যজ্ঞেশ্বৰ শৰ্মাৰ মৃত্যু হৈছিল ১৯৯৮ চনৰ ১৩ নৱেম্বৰত।

➡ ২০০০ চনৰ আজিৰ দিনটোতে সাহিত্যিক, অসমীয়া ভাষাৰ গৱেষক উপেন্দ্ৰনাথ গোস্বামীৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.