দুদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ-পূৱত অমিত শ্বাহ

দুদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ-পূৱত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। পোনে পোনে শ্বিলঙলৈ ৰাওনা কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী।ভ্ৰমণ কালত একাধিক আঁচনি-প্ৰকল্পৰ শুভাৰম্ভ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে।মিলিত হ’ব উত্তৰ-পূৱৰ কেউখন ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰে বৈঠকত। ৰাজ্য সমুহৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান সকলৰ সৈতেও আলোচনাত মিলিত হ’ব অমিত শ্বাহ। উত্তৰ-পূৱৰ ৰাজ্য সমূহৰ সীমা সমস্যা,আইন-শৃংখলাক লৈ আলোচনা কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.