দৰঙৰ মোৱামাৰীত গুলীচালনাৰ ঘটনা!

এজন ব্যৱসায়ীৰ শূণ্যলৈ গুলীচালনা

নিউজ ডেস্ক:

ৰঙৰ মোৱামাৰীত শুকুৰবাৰে নিশা গুলীচালনাৰ ঘটনা। এজন ব্যৱসায়ীৰ শূণ্যলৈ গুলীচালনা। শূণ্যলৈ গুলীচালনা ব্যৱসায়ী পবিত্ৰ ডেকাৰ। দুখন বাহনৰ সংঘৰ্ষৰ পাছতে এই ঘটনা। ডাম্পাৰ আৰু এখন বাইকৰ মাজত লাগিছিল সংৰ্ঘষ।স্কিল ইউৰ্নিভাৰচিটিলৈ মাটি কঢ়িয়াই নিছিল ডাম্পাৰখনে।ডাম্পাৰখনে বাইক আৰোহীজনক খুন্দিওৱাৰ পাছতে ঘটনাস্হলীত উত্তপ্ত পৰিস্হিতিৰ সৃষ্টি হয়।একাংশ লোকৰ আক্ৰমণত মূৰত আঘাত পাই পবিত্ৰ ডেকাই।ততাতৈয়াকৈ আঘাটপ্ৰাপ্ত ব্যৱসায়ী পবিত্ৰ ডেকাক চিকিতসালয়ত ভৰ্তি কৰোৱা হয়। পিছত ঘটনাস্হলীত আৰক্ষী উপস্হিত হৈ জব্দ কৰে পবিত্ৰ ডেকাৰ পিষ্টলটো। এই ঘটনাক কেন্দ্ৰ কৰি মঙলদৈত বিৰাজ কৰিছে তীব্ৰ উত্তেজনা।।

You might also like
Leave A Reply

Your email address will not be published.