গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা!

ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ শুক্ৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

নিউজ ডেস্ক:

ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ শুক্ৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। এতিয়াৰ পৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাখিব লাগিব আসন সংৰক্ষণ। ২০২৩ ৰ শিক্ষা বৰ্ষৰ আৰম্ভণিৰে পৰা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ৰাখিব লাগিব আসন সংৰক্ষণ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা অনুসৰি দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বিনামূলীয়াকৈ ৰাখিব লাগিব ২৫% আসন সংৰক্ষণ।

গুৱাহাটী উচ্চ ন্যায়ালয়ে এখন PIL ৰ শুনানি গ্ৰহণ কৰি প্ৰদান কৰে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। আসন সংৰক্ষণ প্ৰক্ৰিয়াৰ বাবে উচ্চ ন্যায়ালয়ে শিক্ষা বিভাগত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে।।

You might also like
Leave A Reply

Your email address will not be published.