নগাঁৱত ১১টা চোৰাং গৰু উদ্ধাৰ

নগাঁৱত ১১ টা চোৰাং গৰুসহ ট্ৰাক জব্দ। AS-02- BC- 3654 নম্বৰৰ ট্ৰাকখনে কঢ়িয়াই আনিছিল চোৰাং গৰু সমূহ। জানিব পৰা মতে, চামগুৰি আৰক্ষীৰ সহায়ত খাটোৱাল আৰক্ষীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকখন জব্দ কৰে যদিও চালক সহ চোৰাং সৰবৰাহকাৰীৰ দল পলাই যাবলৈ সক্ষম হয়।

এই সন্দৰ্ভত খাটোৱাল আৰক্ষীয়ে নিজাববীয়া গোচৰ তৰি তদন্ত আৰম্ভ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.