নতুন SOP ,কাইলৈৰ পৰা কি নতুন নিয়ম?

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

১৬ জুন,বুধবাৰৰ পৰা ৰাজ্যত নতুন SOP ঘোষণা।

হাফলঙত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিলে নতুন ক’ভিড নীতি

????ৰাজ্যৰ ৮ জিলাত সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ ১২ ঘন্টীয়া কঠোৰ সান্ধ্য আইন

????চৰাইদেউ, মাজুলী,বঙাইগাঁও, চিৰাং,পশ্চিম কাৰ্বি আংলং,ওদালগুৰি,দক্ষিণ শালমাৰা আৰু ডিমা হাছাওত বলৱৎ হ’ব ১২ ঘন্টীয়া কাৰ্ফিউ

????গুৱাহাটীত দুপৰীয়া ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন

????আন জিলা সমুহত বাহাল থাকিব বৰ্তমানৰ SOP

???? নগৰ অঞ্চলৰ ৫% আৰু চহৰ অঞ্চলৰ ১০% হ’ব কন্টেইনমেন্ট জ’ন

????কাছাৰ, তিনিচুকীয়া,ডিব্ৰুগড়,শোণিতপুৰ আৰু নগাঁৱত অধিক কঠোৰ হ’ব সান্ধ্য আইন

????২২ জুনৰ পুৱা ৫ বজালৈকে বন্ধ থাকিব আন্তঃজিলা পৰিবহন ব্যৱস্থা

????সকলো ধৰ্মীয় অনুষ্ঠান, বজাৰ-সমাৰ বন্ধ থাকিব

???? মৃতকৰ শেষকৃত্যত উপস্থিত থাকিব পাৰিব সৰ্বাধিক ১০ গৰাকী লোক

???? ২২ জুনৰ পুৱা ৫ বজালৈ বাহাল থাকিব নতুন SOP

You might also like
Leave A Reply

Your email address will not be published.