নলবাৰীত আৰক্ষী-ডকাইতৰ সংঘৰ্ষ

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

নিশা নলবাৰীত আৰক্ষী-ডকাইতৰ মাজত গুলীয়াগুলী

নলবাৰী সদৰ থানাৰ OC তপন কলিতা আৰু ঘগ্ৰাপাৰ আৰক্ষী থানাৰ OC ভাস্কৰমল্ল পাটোৱাৰীৰ নেতৃত্বত যুটীয়া অভিযান

নিশা প্রায় ১.৩০ বজাত আৰক্ষীৰ এই অভিযান

হাজোৰপৰা নলবাৰীৰ দিশে আহিছিল ৫জনীয়া ডকাইতৰ দলটো

হাজো-নলবাৰী ৰোডৰ মুগকুছি চ’কত আৰক্ষীৰ সৈতে মুখামুখি হয় ডকাইতৰ দলটোৰ

তাৰ পিছতে গুলীয়াগুলী সংঘটিত হয় আৰক্ষী-ডকাইতৰ মাজত

আৰক্ষীৰ গুলীত আহত হয় কুখ্যাত ডকাইত আবুবক্কৰ ছিদ্দিক, বিজু আহমেদ আৰু ৰুবুল হুছেইন

গোপন সূত্রৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ৩ দুৰ্ধৰ্ষ ডকাইতক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।।

You might also like
Leave A Reply

Your email address will not be published.