নাইজেৰিয়াত বাছ-ট্ৰাকৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষ!

এনুগু-প’ৰ্ট হাৰক’ৰ্ট এক্সপ্ৰেছৱেত সংঘটিত হয় এই দুৰ্ঘটনা

ইণ্টাৰনেচনেল ডেস্ক:

নাইজেৰিয়াত বাছ-ট্ৰাকৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষ। দেশখনৰ দক্ষিণ অংশ এনুগু-প’ৰ্ট হাৰক’ৰ্ট এক্সপ্ৰেছৱেত সংঘটিত হয় এই দুৰ্ঘটনাৰ ব্যস্ত ঘাইপথ। দুৰ্ঘটনাটোত মৃত্যু হয় কমেও ১৫ গৰাকী লোকৰ। খবৰটো সদৰি কৰে স্থানীয় যান-বাহন আৰক্ষীয়ে ।দুয়োখন বাহনত এজনো লোক জীৱিত নথকাৰ কথা নিশ্চিত কৰে আৰক্ষীয়ে। বাহনৰ চালকৰ টোপনি যোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ আৰক্ষীৰ।।

You might also like
Leave A Reply

Your email address will not be published.