পঞ্জাৱৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত গ্ৰেপ্তাৰ পাকিস্তানী নাগৰিক!

সীমান্ত সুৰক্ষা বাহিনীয়ে গ্ৰেপ্তাৰ কৰে পাকিস্তানী অনুপ্ৰৱেশকাৰীজনক

নেচনেল ডেস্ক:

ঞ্জাৱৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত গ্ৰেপ্তাৰ এজন পাকিস্তানী নাগৰিক। শুকুৰবাৰে পুৱতি নিশা সীমান্ত সুৰক্ষা বাহিনীয়ে গ্ৰেপ্তাৰ কৰে পাকিস্তানী অনুপ্ৰৱেশকাৰীজনক। ধৃত অনুপ্ৰৱেশকাৰীজনৰ নাম আমিৰ ৰাজা । পাকিস্তানৰ ছিয়ালকোট জিলাৰ বাসিন্দা বুলি বিএছএফৰ সূত্ৰে প্ৰকাশ। ফিৰোজপুৰ ছেক্টৰৰ সীমান্ত আউটপোষ্ট তিৰাথৰ সমীপত ভাৰতৰ ভূখণ্ড পাৰ হৈ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ প্ৰৱেশ কৰে অনুপ্ৰৱেশকাৰীজনে।

বি এছ এফৰ সৈন্যই তেওঁক গ্ৰেপ্তাৰ কৰি তেওঁৰ অনুসন্ধান চলাইছিল। প্ৰাৰম্ভিক সোধা-পোছাৰ সময়ত তেওঁ নিজকে পাকিস্তানৰ ডিষ্ট্ৰিক্ট খাইবাৰৰ বাসিন্দা বুলি প্ৰকাশ কৰিছিল

You might also like
Leave A Reply

Your email address will not be published.