পঞ্জাৱ আৰক্ষীৰ বৃহৎ সফলতা। কানাডাৰ লখবীৰ লাণ্ডা আৰু পাকিস্তানস্থিত হাৰবিন্দৰ ৰিণ্ডাই নিয়ন্ত্ৰণ কৰা আই এছ আই সমৰ্থিত সন্ত্ৰাসবাদী মডিউল জব্দ পঞ্জাৱ আৰক্ষীৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্লেপ্তাৰ কৰে দুটা কুখ্যাত মডিউল সদস্য। ধৃত দুই সদস্যৰ পৰা এটা এ কে-৫৬ ৰাইফল, ২ টা মেগজিন আৰু ৯০ টা সজীৱ কাৰ্টিজ উদ্ধাৰ কৰে। পঞ্জাৱৰ DGPএ এই কথা সদৰি কৰিছে।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
You might also like