পথ দুৰ্ঘটনাত মৃত্যু মোহময়ী বৈভৱীৰ!

নেচনেল ডেস্কঃ

 

ৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী বৈভৱী উপাধ্যায় আৰু নাই !
এক শোকাৱহ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱতি লয় মোহময়ী অভিনেত্ৰী বৈভৱীয়ে।
জানিব পৰা মতে ভাৱী স্বামীৰ সৈতে হিমাচল প্ৰদেশত ভ্ৰমণৰ সময়তে পথ দুৰ্ঘটনাত মৃত্যু ঘটে অভিনেত্ৰীগৰাকীৰ৷
জনপ্ৰিয় টিভি শ্ব’ ‘সাৰাভাই বনাম সাৰাভাই’ত অভিনয় কৰি জনপ্ৰিয়তা বুটলিবলৈ সক্ষম হৈছিল অভিনেত্ৰী গৰাকীয়ে৷
উল্লেখ্য যে ২০২০ চনত ‘ছাপাক’ আৰু ‘তিমিৰ’ ছবিতো দীপিকা পাডুকনৰ সৈতে কাম কৰিছিল বৈভৱীয়ে।

You might also like
Leave A Reply

Your email address will not be published.