পাকিস্তানৰ পঞ্জাৱত শোকাৱহ পথ দুৰ্ঘটনা!

পাকিস্তানৰ পঞ্জাৱৰ চকৱাল জিলাৰ কল্লাৰ কহাৰত শোকাৱহ পথ দুৰ্ঘটনা!

ইণ্টাৰনেচনেল ডেস্ক:

পাকিস্তানৰ পঞ্জাৱৰ চকৱাল জিলাৰ কল্লাৰ কহাৰত শোকাৱহ পথ দুৰ্ঘটনা। সোমবাৰে পুৱতি নিশা এখন যাত্ৰীবাহী বাছ খাৱৈত বাগৰি পৰি যোৱাৰ ফলত মৃত্যু হয় ১৪ গৰাকী লোকৰ। আহত হয় ৬৪ গৰাকী লোক। ১২ গৰাকীৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন দুজনৰ মৃত্যু হয় চিকিৎসালয়ত। আহত লোকসকলক পঞ্জাৱ জিলাৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।বাছখনত থকা লোকসকল ইছলামাবাদৰ পৰা লাহোৰলৈ উভতি অহাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনাটো।।

You might also like
Leave A Reply

Your email address will not be published.