পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ কুৱেটাৰ
বোলান জিলাৰ কুৱেটা-চিবি ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ বিস্ফোৰণ। এফ চি মুছা চেকপইণ্টৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণ।বিস্ফোৰণৰ ফলত দুজন নিৰাপত্তাৰক্ষীসহ আহত একাধিক লোক।আহতসকলক ততাতৈয়াকৈ ধদৰৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি আততায়ীৰ সন্ধানত অব্যাহত ৰাখিছে তালাচী অভিযান।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
পাকিস্তানৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ বিস্ফোৰণ!
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Next Post
You might also like