বজালী জিলাৰ পাঠশালাত সংঘটিত হৈছে এক ভয়াৱহ ঘটনা। প্ৰায় ৪০ বছৰীয়া এজন লোকে চলন্ত ৰেলৰ তলৰ ট্ৰেকত নিজৰ ডিঙি পাতি থিতাতে মৃত্যুবৰণ কৰে। দুৰ্ঘটনাত তেওঁৰ মূৰটো শৰীৰৰ পৰা বিচ্ছিন্ন হৈ পৰে। জানিব পৰা মতে, দ্ৰুত গতিত আহি থকা সময়ত তেওঁ ব্ৰহ্মপুত্ৰ মেইল ৰে’লখনৰ ফালে দৌৰি আহি ট্ৰেকত ডিঙি ৰাখিছিল। মৃত লোকজনৰ পৰিচয় এই পৰ্যন্ত জানিব পৰা হোৱা নাই।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.