পুনে নৱলেত ভয়ংকৰ পথ দুৰ্ঘটনা!

নেচনেল ডেস্ক:

দেওবাৰে নিশা পুনে নৱলে দলং অঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনা। ব্ৰেক বিকল হোৱাৰ সন্দেহত কমেও ৪৫খন বাহনত খুন্দা মাৰে এখন টেংকাৰে। দুৰ্ঘটনাটোত কমেও ৪৮ জন লোক আহত হোৱা বুলি জানিব পৰা হৈছে । নিশা প্ৰায় ৮.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো। ইফালে আহতসকলৰ একাংশ লোকক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে। অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰকাৰী দল আৰু এম্বুলেন্সে ঘটনাস্থলীত উপস্থিত হৈ সাহায্য অভিযান আৰম্ভ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.