পুনৰ ৰাষ্ট্ৰপতি হোৱাৰ সপোন ভাঙিল ড’নাল্ড ট্ৰাম্পৰ!

কলাৰাড' উচ্চতম ন্যায়ালয়ে অযোগ্য ঘোষণা কৰে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক

ইণ্টাৰনেচনেল ডেস্ক:

পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ সপোন ভাঙিল ড’নাল্ড ট্ৰাম্পৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ দৌৰৰ পৰা বাহিৰ হ’ল প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। কলাৰাড’ উচ্চতম ন্যায়ালয়ে অযোগ্য ঘোষণা কৰে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক। কেপিটেল হীল আক্ৰমণৰ ঘটনাৰ বাবে অযোগ্য ঘোষণা কৰা হয় প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক। ২০২১ চনৰ ৬ জুনত ঘটিছিল এই ঘটনা। ক’লৰাডোৰ উচ্চতম ন্যায়ালয়ে ১৪ সংশোধনীৰ ৩ নং ধাৰা অনুসৰি দিয়া হয় এই ৰায়দান। অবশ্যে মেইন বা অন্যান্য ৰাজ্যত ট্ৰাম্প ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থী হ’ব নে নহয় সেই সন্দৰ্ভত দেশৰ সৰ্বোচ্চ আদালতে চূড়ান্ত মতামত দিয়াৰ সম্ভাৱনা আছে।।

You might also like
Leave A Reply

Your email address will not be published.