আজি ৩০ ডিচেম্বৰ

➡️১৭৩০ জাপানত প্ৰবল ভূমিকম্প। প্ৰায় ১,৩৭,০০০ লোকৰ মৃত্য়ু।
➡️১৮০৩ মোগলৰ হাতৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ দিল্লী আৰু আগ্ৰাৰ শাসনভাৰ গ্ৰহণ।
➡️১৮৬৫ ইংৰাজ সাহিত্য়িক ৰুডিয়াৰ্ড কিপলিঙৰ মোম্বাইত জন্ম।
➡️১৮৮৭ ভাৰতীয় বিদ্য়াভৱনৰ প্ৰতিষ্ঠাতা কে এম মুন্সীৰ জন্ম।
➡️১৯০৬ ঢাকাত মুছলিম শিক্ষা সম্মিলনত সৰ্বভাৰতীয় মুছলিম লীগৰ প্ৰতিষ্ঠা।
➡️১৯২২ ৰাছিয়াৰ নতুন নাম ‘ইউনিয়ন অব্ ছোভিয়েট ছ’চিয়েলিষ্ট ৰিপাব্লিকছ'(Union of Soviet Socialist Republics,সংক্ষেপে USSR,অসমীয়াত ছোভিয়েট যুক্তৰাষ্ট্ৰ।)
➡️১৯৪৪ ফৰাচী ঔপন্য়াসিক ৰোমাঁ ৰোলাঁৰ মৃত্য়ু। ১৯১৫ চনত তেওঁ সাহিত্য়ৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৭১ ভাৰতীয় মহাকাশ বিজ্ঞানী বিক্ৰম ছাইভাইৰ মৃত্য়ু।
➡️১৯৯১ ইংৰাজ বিজ্ঞানী ৰবাৰ্ট বয়লৰ মৃত্য়ু।
➡️১৯৯৯ কবি অজিৎ বৰুৱালৈ অসম উপত্য়কা সাহিত্য় বঁটা।
➡️২০০২ ‘জনমভূমি’ কাকতৰ প্ৰাক্তন সম্পাদক ত্ৰৈলোক্য়নাথ শৰ্মাৰ মৃ্ত্য়ু।

You might also like
Leave A Reply

Your email address will not be published.