ফাইনেলত প্ৰৱেশ কৰি কি ক’লে শিৱ থাপাই?

স্পৰ্টছ ডেস্ক, এন ই ভাৰত

ডুবাইত অনুষ্ঠিত ASBC এছিয়ান বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয়ৰ দিশে অসমৰ শিৱ থাপা। ছেমিফাইনেলত টাজিকিস্তানৰ প্ৰতিদ্বন্দীক ধৰাশায়ী কৰি ফাইনেলত প্ৰৱেশ কৰিছে অসম সন্তান শিৱে।সোমবাৰে ৬৫ কেজিৰ শাখাত শিৱৰ চুড়ান্ত প্ৰতিদ্বন্দী হ’ব মংগোলিয়াৰ বাটৰচুখ চিনঝৰিগ।

ছেমিফাইনেলত বিজয়ী হৈ শিৱৰ প্ৰতিক্ৰিয়া,’মই ভাইৰাছক জয় কৰা যেন অনুভব কৰিছোঁ’।

বক্সাৰ শিৱ থাপাৰ এই সাফল্যত অভিনন্দনৰ লগতে ফাইনেলৰ বাবে শুভেচ্ছা জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ।

You might also like
Leave A Reply

Your email address will not be published.